সৰভোগ পৌৰসভাৰ আজাদী কা অমৃত মহোৎসৱৰ পদযাত্ৰা

134

ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্য মন্ত্ৰী নিৰ্দেশমৰ্মে হৰ ঘৰে ঘৰে ত্ৰিৰংগা পতকা লগোৱাবলৈ আজি সৰভোগ পৌৰসভাৰ পৰা পদযাত্ৰা কৰে । পৌৰসভাৰ সভানেত্ৰী মালবিকা দাস উপ পৌৰপতি সম্পদ দাস আৰু সদস্য – সদস্যাসকলৰ নেতৃত্বত অহা ১৩-১৫ আগষ্টলৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰে ঘৰে পতকা লগোৱাই তাৰে উদ্দোগ লৈ সৰভোগ নগৰৰ চাৰিওফালে পদযাত্ৰা কৰে । এই পদযাত্ৰাত ৰাইজে সজাগ হবলৈ আহ্বান জনায়।