সৰভোগৰ উত্তৰ গণকগাড়ীত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনা। কি ৰে’ল কি যান-বাহন। এটাৰ পিছত এটা দুৰ্ঘটনা হৈয়ে আছে। উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা মাৰ ন জাওতে
এইবাৰ অসমত হ’ল ভয়ঙ্কৰ ৰেল দুৰ্ঘটনা ৷
লাইনচুট হৈ বাগৰিল ২১টা কৈ কয়লা ভৰ্তি দবা।
বকোৰ শিংৰা ৰেল ষ্টেচনৰ সমিপত এই অঘটন সংঘটিত হয়।
তেনে সময়ছোৱাতে নিশা সৰভোগৰ উত্তৰ গণকগাড়ীত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাত সংঘটিত হয়।
বঙাইগাঁওৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা সময়ত সৰভোগৰ উত্তৰ গণকগাড়ী বৈদ্যুতিক তাৰৰ লগত সংঘটিত হৈ ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে গাওবাসী ৰাইজে।
ঘটনাস্থলীত লগে প্ৰশাসন গাওৰ ৰাইজে উপস্থিত হৈ ঘটনাৰ বুজ লয় ।
প্ৰায়ে এনেকুৱা ঘটনা সৰভোগত হৈয়ে থাকে বুলি স্থানীয় ৰাইজে উল্লেখ কৰে।
