স্বয়ম্ভূ বাবাৰ ঘৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ ১৫ লাখৰো অধিক নগদ ধন…

317

শোণিতপুৰৰ পাঁচমাইলত স্বয়ম্ভূ বাবাৰ্ ঘৰত উদ্ধাৰ লাখ লাখ টকা।

স্বয়ম্ভূ বাবা আব্দুল কৰিমৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে টকাখিনি।

মাটিৰ তলত পুতি থৈছিল বৃহৎ পৰিমাণৰ নগদ ধনখিনি।

আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৫ লাখৰো অধিক নগদ ধন।

স্বয়ম্ভূ বাবাৰ ঘৰত ইমান বৃহৎ পৰিমাণৰ ধন উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য।

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল লোকজনৰ ঘৰত।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।