স্বামীয়ে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা

355

শালকাটা চিনাবাৰীত উত্তপ্ত পৰিস্হিতি । আৰক্ষীৰ শূন্যলৈ গুলী চালনা ।

উল্লেখযোগ্য যে শালকাটা চিনাবাৰী গাৱত স্বামীয়ে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্হিতি সৃষ্টি হয় ।
আৰক্ষীয়ে ঘাতক স্বামীক আটক কৰাত শ শ লোকে ঘাতক স্বামী ছিদ্দিক আলীক আৰক্ষীৰ বেষ্টনীৰ পৰাই গণ প্ৰহাৰ কৰিবলৈ লয় ।

পৰিস্হিতিয়ে জটিল ৰূপ লোৱাত উপায়ন্তৰ হৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় ।
ফকিৰগঞ্জ আৰক্ষীয়ে ছিদ্দিক আলীক আটক কৰি থানালৈ আনে ।
এনে জঘন্য ঘটনাই গাৱখনত উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছে ।