স্বাধীনতাৰ দিৱসৰ দিনাই আহিল এক সুখবৰ

166

স্বাধীনতাৰ দিৱসৰ দিনাই আহিল এক সুখবৰ।মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা।কিয়নো এই বৰ্ষতে গহপুৰত স্থাপন হ’ব অসমৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয়৷ ১০ হাজাৰ শিক্ষাৰ্থীয়ে একেলগে হোষ্টেলত থাকি পঢ়িব পাৰিব৷ বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত নিৰ্মাণ হ’ব বিশ্ববিদ্যালয়খন৷ খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷