সোণোৱাল চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

80

ষ্টাফৰিপৰ্টাৰ,২৬ মে’ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। বহিঃৰাজ্যত থকা ৩.৬১ লাখ লোকক ২ হাজাৰকৈ দিব চৰকাৰে। ঢুলীয়া, খোলীয়া, বেণ্ডপাৰ্টী, নাগাৰা নামৰ শিল্পীলৈ ২ হাজাৰৰ সাহায্য।
মে’, জুন মাহত ২ হাজাৰ টকাকৈ পাব ৬ হাজাৰ শিল্পীয়ে। মথাউৰি নিৰ্মাণক লৈয়ো কেবিনেটত আলোচনা।