সুধাকন্ঠ একাডেমীক এক্সেলেন্সীৰ বাকৰিত বিহুৰ আনন্দ

64

পৱন নীল কাশ্যপ, চাংসাৰিঃ নিৰ্বাচনী ব্যস্ততাৰ সামৰণিৰ পিছত এতিয়া ৰাজ্যত বিহুৰ প্রস্তুতি। উজনিৰ পৰা নামনিলৈ চাৰিওফালে বিহু ঢোলৰ গুমগুমনি, পেপাঁ-টকাৰ মাত। পথাৰে-গছৰ তলে চলিছে বিহু নাচৰ কৰ্মশালা।

৪ দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলাৰ মনিয়েৰী স্থিত সুধাকন্ঠ একাডেমীক এক্সেলেন্সীৰ বাকৰিত কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ বিহুৰ আনন্দ উছাহ দেখা পোৱা যায়।