সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত ৰাহুল গান্ধীৰ শোক প্ৰকাশ

47

ডিজিটেল ডেস্ক: সাংবাদিক পৰাগ ভূঞাৰ ৰহস্য জনক মৃত্যুৱে গোটেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পৰিয়াল তথা বিভিন্নজনে পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰাৰ পাছতে চি আই ডিয়ে আৰম্ভ কৰিছে তদন্ত।

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।