সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱা অসমৰ বীৰ জোৱান প্ৰণয় কলিতাৰ ৰাজ্যিক মৰ্য্যদাৰে বিদায়

78

ষ্টাফৰিপৰ্টাৰ,সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে অসমৰ বীৰ জোৱান প্ৰণয় কলিতাই। হেৰাই গ’ল এটা সুখী পৰিয়াল আৰু সুখৰ সংসাৰ।অন্তিম মূহুৰ্তত বীৰ জোৱান জনক বিদায় জনালে পত্নী আৰু দুই সন্তানে। বৃদ্ধ পিতৃ মাতৃয়েও অশ্ৰু সিক্ত নয়নেৰে শেষ বিদায় জনালে
দেশৰ বাবে প্ৰাণ ত্যাগ কৰা বীৰ পুত্ৰক। ৰাজ্যিক মৰ্য্যদা ৰে তেওঁক বিদায় জনোৱা হয়।দেশৰ বাবে প্ৰাণ ত্যাগ কৰা বীৰ সেনা জোৱান সচাকৈ দেশৰ গৌৰৱ! জোৱান গৰাকীলৈ ছেলুট। প্ৰনয় কলিতালৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ এনেদৰে বহু জনে ছ’চিয়েল মিডিয়াতো বীৰ শ্বহীদ প্ৰনয় কলিতালৈ শ্ৰদ্ধাঞ্জলি জনায়।