সদৌ অসম ছাত্ৰ সন্থা বনাম হিমন্ত বিশ্ব শৰ্মা

76

ষ্টাফৰিপৰ্টাৰ, ‘গুৱাহাটীত লকডাউন দিয়াৰ বাবে অসমত বিয়পিল কৰ’না-এই অভিযোগ আছুৰ সভাপতি দীপাংক নাথৰ। সভাপতি গৰাকীয়ে সংবাদ মাধ্যমক লগতে কয় ” গুৱাহাটীত লকডাউনৰ সিদ্ধান্ত আছিল ভুল। আক্ৰান্তক চিকিৎসালয়ত ৰাখি চৰকাৰে নাটক কৰিছে।”অতি শীঘ্ৰেই নতুন ৰাজনৈতিক দল গঠন হ’ব বুলিও মন্তব্য দীপাংক নাথৰ। এই অভিযোগৰ প্ৰত্যুত্তৰত আছু সদস্যক পি পি ই কিট নিপিন্ধাকৈ ক’ভিড ৰোগীক সেৱা আগবঢাবলৈ প্ৰত্যাহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।