শ্ৰেণীকোঠাত শিক্ষকৰ ৰূপত এজন আৰক্ষী জোৱান
কণ কণ শিক্ষাৰ্থীৰ মাজত পাঠদানত ব্যস্ত আৰক্ষী জোৱান জন।
যি দৃশ্যই মোহিত কৰিছে প্ৰতিগৰাকী লোকক।
সামাজিক মাধ্যমৰ চৰ্চাত ,
শিক্ষকৰ ৰূপত জোৱান জনৰ নাম দুৰ্লভ নাথ
ঘৰ মৰিগাঁও জিলাৰ নটুৱাগাঁও
উল্লেখ্য যে অসম আৰক্ষী 25Apbn জোৱান দুৰ্লভ নাথে শিশুসকলৰ মাজত পাঠদান কৰা লগতে শিশুসকলক প্ৰদান কৰিলে বহী,কলম,যাৱতীয় আচৰ্ৱাব।
