ষ্টাফৰিপৰ্টাৰ, শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ আহাৰ মাহৰ পূৰ্ণিমাৰ দিনা ৰজ্যজুৰি পালন কৰা হয়। দেওবাৰে সন্ধিয়া ৬.৩০ বজাত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে নিজ নিজ ঘৰতে গুৰু বন্দনা কৰিবলৈ শিক্ষাৰ সৈতে জড়িত অসমৰ আগশাৰীৰ সংস্থা “শিশু শিক্ষা সমিতি, অসমে আহ্বান জনায়।অসমত থকা সেই অনুসৰি ৫৫৬ শংকৰদেৱ শিশু বিদ্যা নিকেতনত অধ্যয়নৰত এক লাখ আশী হাজাৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য, কৰ্মচাৰী, শুভাকাংক্ষীৰ পৰিয়ালৰ প্ৰায় চাৰি লাখ লোকে গুৰু বন্দনাত অংশ গ্ৰহণ কৰে।
Latest article
ব্যায়ামৰ পিছত নিয়মিতভাৱে কাঠবাদাম(আলমণ্ড)খালে শৰীৰৰ যথেষ্ট উন্নতি হয়, শেহতীয়া গৱেষণাত প্ৰকাশ
শেহতীয়াকৈ কাৰেণ্ট ডেভেলপমেণ্টছ ইন নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়নত আলমণ্ডক ফিটনেছ ৰিকাভাৰীৰ প্ৰধান খাদ্য হিচাপে স্থান দিয়া হৈছে, এই তথ্য প্ৰকাশৰ লগে লগে ৱেলনেছ(সুস্থতা) খণ্ডত...
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...