শীঘ্ৰেই আলু নাটনি হোৱাৰ সম্ভাৱনা

39

শীঘ্ৰেই ৰাজ্যত আলুৰ নাটনিৰ সম্ভাৱনা। স্থানীয় বজাৰত আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে তত্পৰ পশ্চিমবংগ চৰকাৰৰ। পশ্চিমবংগৰ আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশ। পশ্চিমবংগ চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্ট আলু ব্যৱসায়ী। নিষেধাজ্ঞা বাতিল নহ’লে ৩ ডিচেম্বৰৰ পৰা ধৰ্ণাত বহাৰ হুংকাৰ আলু ব্যৱসায়ীৰ। পশ্চিমবংগৰ এই সিদ্ধান্তৰ পাছতে ঝাৰখণ্ডত আলুৰ কৃত্ৰিম নাটনি। শীঘ্ৰে সমস্যা সমাধানৰ বাবে তত্পৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন। ৰাজ্যখনৰ মুখ্য সচিবক পশ্চিমবংগৰ মুখ্য সচিবৰে আলোচনা কৰি বিষয়টো নিষ্পত্তিৰ নিৰ্দেশ।