শিৱসাগৰ বন বিষয়াৰ কাৰ্যলয়ত কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

323

শিৱসাগৰ বন বিষয়াৰ কাৰ্যলয়ত কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

শিৱসাগৰ জিলাৰ ঐতিহাসিক পহুগড়, দিচাংমুখকে ধৰি বিভিন্ন প্ৰান্তত অবৈধ ভূমি খননৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

জিলা বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি অবৈধ ভূমি খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

জিলা বন বিষয়াই ভূ মাফিয়া সকলক ৰক্ষণাবেক্ষণ দিয়া বুলিও ক্ষোভ প্ৰকাশ কৰে সংগঠন দুটাই।

জিলা বন বিষয়াই ভূ মাফিয়াৰ পৰা উপ ঢৌকন লোৱা বুলি অভিযোগ কৃষক মুক্তিৰ