শিশুসকলৰ শৈশৱ চুৰি নকৰিব!’ আমাক উদ্যান নালাগে, খেলপথাৰখন থাকিবলৈ দিয়ক। দিছপুৰৰ খেলপথাৰ স্থানান্তৰ কৰাৰ বিৰোধীতা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ। খেলপথাৰখন স্থানান্তৰ নকৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ দাবী কংগ্ৰেছ নেত্ৰীগৰাকীৰ।
