শিল্পী উৎপল দাসৰ মৃত্যু

85

ষ্টাফৰিপৰ্টাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতি প্ৰাপ্ত “B” high Grade ৰ গীটাৰ বাদকৰ উৎপল দাসৰ শুকুৰবাৰে মৃত্যু হয়। তেওঁ
আকাশবাণীৰ স্বীকৃতি প্ৰাপ্ত সুৰকাৰ ( Composer ) আছিল ৷ অাকাশবাণীলৈ বহুতো সুন্দৰ সুন্দৰ গীতৰ উপহাৰ দি থৈ গ’ল তেওঁ ৷ অসমৰ সংগীত জগতত শোকৰ ছা পৰে।