শিলসাঁকো উচ্ছেদিত জনতাক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ

71

শিলসাঁকো উচ্ছেদিত জনতাক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে উচ্ছেদিত জনতাৰ সৈতে এক বৈঠকত মিলিত হৈ শৰ্মাই তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ গ্ৰহণ কৰাৰ পাছতেই উচ্ছেদিকলোক সকলে সুখ ব্যক্ত কৰি কয় যে, মুখ্যমন্ত্ৰীয়ে সহায়ৰ আশ্বাস দিছে। যাৰ বাবে তেওঁলোক আনন্দিত হৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আৰ্থিক অৱস্থাৰো বুজ লয় বুলি জনায়।