শিলচৰত ভয়ংকৰ ঘটনা। সোপাধৰাৰ সন্দেহত মানসিক বিকাৰগ্ৰস্ত লোকক প্ৰহাৰ। শিলচৰৰ চেংকুড়ি ৰোডত সংঘটিত হৈছে এই ঘটনা। এটি ৮ বছৰীয়া শিশুক লোকজনে অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ। লোকজনৰ হাত-ভৰি বান্ধি প্ৰহাৰ একাংশ ৰাইজৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনক।
