শত্ৰুক ৰুধিবলৈ ইষ্টাৰ্ণ কমাণ্ডোৰ সামৰিক অনুশীলন। তিষ্টা ফিল্ড ফায়াৰিং ৰেঞ্জত ইষ্টাৰ্ণ কমাণ্ড এণ্টি টেংক মিছাইলৰ বাৰ্ষিক অনুশীলন। ১৫০০গৰাকীৰো অধিক জোৱানে অংশ ল’লে এই অনুশীলনত। অনুশীলনত নিক্ষেপ কৰা হয় ২৬০টাৰো অধিক মিছাইল। উপস্থিত থাকে ত্ৰিশক্তি ক্ৰপছৰ GOC।
