লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পঞ্জাৱ কংগ্ৰেছত খহনীয়া। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পত্নীৰ বিজেপিত যোগদান। পাটিয়ালা সমষ্টিৰ পৰাই বিজেপিয়ে পৰণীত কৌৰক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা।