লাহৰীঘাটত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

173

বান গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত লাহৰীঘাটত মৰিগাওঁ জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মোখত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকৰ ছয়দফীয়া দাবীসম্বলিত এখন স্মাৰক পত্ৰ স্থানীয় চক্ৰবিষয়াৰ জৰিয়তে মৰিগাওঁ জিলা উপায়ুক্তলৈ প্ৰেৰন কৰে ।