লাহৰিঘাটৰ দক্ষিণ চেনীমাৰীত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভষ্মীভূত ৯টা বাসগৃহ।
নগদ ৪ লাখ টকাৰ লগতে ২০ লাখ টকাৰ সা-সম্পত্তি ভষ্মীভূত অগ্নিকাণ্ডত।
চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপণ কৰে জুই।
