লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড

354

লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। ইংৰাজী নৱ বৰ্ষৰ প্ৰাকমুহূৰ্তত লামডিং ছাউথ হিলছ কলনীত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মিভূত হৈছে।