লামডিং আৰক্ষীৰ বৃহৎ সফলতা

93

পুনৰ লামডিং আৰক্ষীৰ বৃহৎ সফলতা।লামডিঙত বুজন পৰিমাণৰ ভাং জব্দ কৰিছে আৰক্ষীয়ে।লামডিং আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি লামডিং ৰে’লৱে ষ্টেচনৰ সন্মুখৰ পাৰ্কিং এলেকাৰ পৰা গাঞ্জা সহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে।ট্ৰেইনৰ পৰা স্কুটি লৈ সৰবৰাহ কৰাৰ সময়ত ১১কেজি সন্দেহজনক গাঞ্জা জব্দ কৰে।লগতে সৰবৰাহ কৰা AS 02U8640 নম্বৰৰ স্কুটিখন জব্দ কৰিছে লামডিং আৰক্ষীয়ে।