ষ্টাফৰিপোৰ্টাৰ, ১২ এপ্ৰিল :: খাদ্য সংকট দেখা দিয়া সময়তে আৰ্তজনৰ ওচৰত থিয় হৈছে বহু সুহৃদয়বান লোক । দেওবাৰে মহানগৰীৰ লখৰা সাউকুছিৰ জোনাকী নগৰত ভাড়াতীয়া হিচাপে থকা ১০০ ঘৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰশাসন আৰু জোনাকী নগৰৰ স্থায়ী বাসিন্দাৰ সহযোগত কৰা হয় অত্যাবশ্যকীয় সামগ্ৰী বিতৰন কৰা হয়।
