লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত বাৰমাইল ভয়ংকৰ দূৰ্ঘটনা।

540

লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত বাৰমাইল ভয়ংকৰ দূৰ্ঘটনা।

দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
লখিমপুৰৰ পৰা বান্দৰদেৱা অভিমুখী AS 01 LC 3181 আৰু বান্দৰদেৱা পৰা লখিমপুৰ অভিমূখী AS 09 AC 6627 নম্বৰৰ দুখন ট্ৰাকৰ সংঘৰ্ষৰ ফলত চালক সহ এজন আঘাতপ্ৰাপ্ত হয়।লালুক আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত তিনিওজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আঘাতপ্ৰাপ্ত তিনিওজনৰ অৱস্হা সংকটজনক বুলি জানিব পৰা গৈছে।