লখিমপুৰৰ ১০ মাইল পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়াবহ পথ দূৰ্ঘটনা

154

লখিমপুৰৰ ১০ মাইলত পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে এখন তীব্ৰ বেগী আলট্ৰা বাছে হঠাৎ একে দিশৰ পৰা আহি থকা আই টেন AR 01 G 1197 নম্বৰৰ গাড়ী খনৰ সম্মুখত ৰখাই দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।

ফলত আই ১০ গাড়ী খনৰ দুই জন আৰোহী অতি সংকট জনক অৱস্থাত স্থানীয় লোক আৰু দৌলহাট আৰক্ষীৰ তৎপৰতাত
লখিমপুৰ মেডিকেল কলেজলৈ পেৰণ কৰা হয় ।