লখিমপুৰৰ হাতিলুঙত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

121

লখিমপুৰৰ হাতিলুঙত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা, কাবাৰী আৰু ৱেইলডিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভস্মীভূত ।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক
বাহিনীয়ে জুই নোমোৱাৰ চেষ্টা অব্যাহত ।

কেইবালাখ টকাৰ সা সামগ্ৰী জ্বলি ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত।