লখিমপুৰৰ লালুকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

169

লখিমপুৰৰ লালুকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

লখিমপুৰ মেডিকেল কলেজৰ সদ্য ঘোষিত নিযুক্তি পৰিক্ষাৰ ফলাফল ত দূৰ্নীতি হোৱাৰ ক্ষোভত তীব্ৰ প্ৰতিবাদ।

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ কৰে।

হিমন্ত বিশ্ব শৰ্মা গ’ বেক , মানৱ ডেকা গ’ বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে লখিমপুৰ জিলাৰ লালুকত ।

মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে সংগঠন দুটাই।

আৰক্ষীয়ে প্ৰতিবাদ কাৰীক প্ৰতিবাদ স্থলীতে টানি ছোছোৰাই নি গাড়ীত ভড়াই আটক কৰে।