লখিমপুৰত ধুমুহাৰ তাণ্ডৱ

103

লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰঙাডি ৰিৰ্জাভত ধুমুহাৰ তাণ্ডৱ।

হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা বনাঞ্চলৰ ৰঙাডি ৰিৰ্জাভৰ বনাঞ্চলৰ মূ্ল্যবান গছ ধুমাই ভাঙি থানবান কৰিলে।

দীৰ্ঘদিন উত্তপ্ত গৰমৰ মাজতে কালি অহা ধুমুহা বৰষুণে তচনচ কৰিলে ৰঙাডি ৰিৰ্জাভৰ বহু পৰিয়ালৰ

ৰঙাডি ৰিৰ্জাভৰ উজনি মইনাজুলিৰ বৈষ্ণৱপুৰত ধুমুহাৰ তাণ্ডৱ,২১টা ঘৰ বিধস্ত।

মইনাজুলিৰ বৈষ্ণৱপুৰৰ জিতেন দাসৰ ঘৰৰ ওপৰতে পৰিল প্ৰকাণ্ড গছ।

নিশা প্ৰায় ৯ বজাত অহা ধুমুহাই জিতেন দাসৰ পত্নী ভাৰতী দাস কথমপি প্ৰাণ ৰক্ষা পৰে।

ভাৰতী দাসে মুৰত হাতত আৰু ভৰিত গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত হয়।

বৈষ্ণৱপুৰৰ নোমল দাস,শ্ৰীমন্ত দাস,দিলবাহাদুৰ সোণাৰ’ৰ ঘৰত গছ বাগৰি পৰি বিস্তৰ ক্ষতি কৰে।