লকডাউন পুনৰ বৃদ্ধি

125

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে: পুনৰ দুইসপ্তাহলৈ বৃদ্ধি কৰা হৈছে লকডাউন। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি ৪ মে’ৰ পৰা দুইসপ্তাহলৈ অব্যাহত থাকিব লকডাউন। উল্লেখ কৰ’না ভাইৰাছ অৰ্থাৎ কভিড’-১৯ ৰ সংক্ৰমণৰ বাবে দেশত লকডাউন অব্যাহত আছে লকডাউন।মনকৰিবলগীয়া যে আজিৰ দিনটোত ভাৰতত ২৫০০ লোক কৰ’নাত আক্ৰান্ত হয়।