ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল ::
লকডাউনৰ মাজতে ৰাজ্যৰ আইন শৃংখলা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।
শংকৰদেৱ কলাক্ষেত্ৰত গৃহবিভাগ-আৰক্ষীৰ উচ্চপৰ্যায়ৰ এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত ডি জি পি ভাস্কৰজ্যোতি মহন্তৰ অংশগ্ৰহণ কৰে। ” প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধনৰ পিছত আমি কঠোৰ হোৱাৰ
সিদ্ধান্ত লৈছো’| বৈঠকৰ পাছত সাংবাদিকক ক’য় ডি জি পি ভাস্কৰজ্যোতি মহন্তই।