যোৰহাট চিনামৰা আৰক্ষীৰ সাফল্য

109

যোৰহাট চিনামৰা আৰক্ষীৰ সাফল্য

তিনিগৰাকী মহিলাসহ জব্দ ৬০ গ্ৰাম সন্দেহজনক হেৰ’ইন লগতে নগদ ২০,০০০ টকা

জব্দ হেৰ’ইনখিনিৰ আনুমানিক মূল্য ডেৰ লক্ষাধিক টকা

ডিমাপুৰৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত আটক AS03 A C5810 নম্বৰৰ এপে’খন