যোৰহাট আৰক্ষী থানাত হাজিৰ APCCৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। যোৰহাট থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত হাজিৰ ভূপেন বৰা। যিকোনো পৰিস্থিতিৰ বাবে সাজু বুলি মন্তব্য ভূপেন বৰাৰ।