যোৰহাটৰ কছাৰী ময়দানত জিলা প্ৰশাসনৰ সৌজন্যত গণৰাজ্য দিৱস উদ্‌যাপন

117

যোৰহাটৰ কছাৰী ময়দানত জিলা প্ৰশাসনৰ সৌজন্যত গণৰাজ্য দিৱস উদ্‌যাপন।সমগ্ৰ দেশৰ লগতে যোৰহাটতো উলহমালহেৰে পালন কৰা হয় ৭৪ তম গনৰাজ্য দিৱস ।যোৰহাটৰ কাছাৰী ময়দানত ৭৪ তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।উপস্হিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা ,যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী,জিলা উপায়ুক্ত সহ গন্য মাণ্য ব্যক্তি সকল।