যোৰহাটলৈ গৌৰব কহিয়াই আনিলে শি‌শু শিল্পী অংকিতা তামোলীয়ে।

109

যোৰহাটলৈ গৌৰব কহিয়াই আনিলে শি‌শু শিল্পী অংকিতা তামোলীয়ে।
নেতাজী সুভাষ চন্দ্ৰ বসু নেচনেল পুৰস্কাৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাট গছপুৰীয়াৰ উদীয়মান প্ৰতিভাবান শিশু শিল্পী অংকিতা তামূলীয়ে।