যোগীঘোপাত বিধ্বংসী অগ্নিকাণ্ড। দপদপাই জ্বলিল আব্দুল জলিল নামৰ লোকজনৰ বাসগৃহ। ভস্মীভূত পৰিয়ালটোৰ দুটাকৈ বাসগৃহ। জুইত জাহ যায় নগদ ধনৰ লগতে নথি-পত্ৰ, আচবাব। শ্বৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। মদনবজাৰ কনৰা বিলগাঁৱত সংঘটিত এই ঘটনা।