মৰিয়নীত গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

63
purbottar-asomiya-favicon

মৰিয়নীত নিশা গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। নাগাজাংকা চাহ বাগিছাৰ সমীপৰ এখন হাবিত উদ্ধাৰ হৈছে মৃতদেহটো।

গুলীবিদ্ধ মৃতদেহটো নাগাজাংকা চাহ বাগিছাৰ বৰ লাইনৰ উত্তম ফুলমালী বুলি চিনাক্ত কৰা হৈছে। পিছত ঘটনাস্থলীত মৰিয়নী আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।