মৰিগাওঁ জিলাৰ সমূহ সংবাদ কৰ্মিৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত ২ঘন্টীয়া অৱস্হান ধৰ্মঘট

73
purbottar-asomiya-favicon

২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ মবাইল ৰেকডিঙত ৰ্শীৰ্ষক থকা উপৰৰ মাল বুলি পৰিচিত, মন্ত্ৰী পীযুষ হাজৰীকাই দুজন সংবাদকৰ্মীক দম্ভালি মাৰি ভাবুকি দিয়া পিছত ৰাইজ্যত বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত দল গঠনৰ লগতে সজাগ সচেতন ৰাইজে সকলোৱে একে মুখে ধিক্কাৰ গৰিহণা দিছে।

তেনে পৰিপেক্ষিতত আজি মৰিগাঁও জিলা বিহুতলি প্ৰাঙ্গণত মৰিগাওঁ জিলা সমূহ সংবাদ কৰ্মীৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত অ-সন্মানীয় মন্ত্ৰী পীযুষ হাজৰীকাৰ গেপ্তাৰ দাবীত ২ঘন্টীয়া কাৰ্য্যসূচীয়ে অৱস্হান ধৰ্মঘট ৰুপায়ন কৰে