মৰিগাঁৱৰ মৈৰাবাৰীত ৮ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ।
মৈৰাবাৰী, লাহৰীঘাটৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ অপৰাধীকেইটাক।
অপৰাধীকেইটাৰ পৰা জব্দ লেপটপ, মোবাইল।
বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰে আৰক্ষীয়ে।
অভিযানৰ উমান পাই পলায়ন কৰে আন কেইবাটাও অপৰাধীয়ে।