মৈত্ৰী আঁচনি’ৰ অধীনত মাজুলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

93

ষ্টাফৰিপৰ্টাৰ, ‘মৈত্ৰী আঁচনি’ৰ অধীনত মাজুলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন বৃহস্পতিবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।’এই প্ৰতিকূল সময়ত অসম আৰক্ষীয়ে সমৰ্পিতভাৱে আৰু নিষ্ঠাৰে ৰাইজৰ প্ৰতি দায়িত্বশীলতা পালন কৰিছে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
‘মৈত্ৰী আঁচনি’ৰ অধীনত মাজুলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি তেওঁলোকৰ এই অনবদ্য ভূমিকাৰো শলাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।