মেট্ৰিক উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীৰ বাবে আহিল ডাঙৰ খবৰ

97

মেট্ৰিক উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীৰ বাবে আহিল ডাঙৰ খবৰ।

কেৱল ৪দিন হাতত আছে।

মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে শীঘ্ৰেই কৰক এই কাম।

নহ’লে বঞ্চিত হ’ব আনন্দৰাম বৰুৱা বঁটাৰ পৰা।

সোনকালেই এই বঁটাৰ বাবে অনলাইন আবেদন কৰক।

যি শিক্ষাৰ্থীয়ে ৭৫শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰিছিল তেওঁলোকে কৰিব পাৰিব আবেদন।

২৬হাজাৰ ৯৭৮ গৰাকী শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন।

আবেদনৰ শেষ তাৰিখ ২৫ জুলাই ২০২৪।

https://bidyarthi.co.in/arbas ত আপুনি অনলাইন কৰিব পাৰিব।