মেঘালয়ৰ গাৰোপাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ

69

১২ এপ্ৰিলত হ’বলগীয়া  গাৰোপাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনক লৈ প্ৰতিটো দলৰ নেতা কৰ্মীয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি থকা নাই ১৭ নং বালাচান্দা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ছফিউৰ ৰহমানে। ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ লগতে সমৰ্থক সকলোৰ মাজত দেখা গৈছে নিৰ্বাচনৰ ব্যাপক উল্লাস ।

যোৱাবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ১৭ নং বালাচান্দাৰ পৰা জয়লাভ কৰাৰ পিছত এই বেলিও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে ছফিউৰ ৰহমানে ।

নিৰ্দলীয় প্ৰাৰ্থী ছফিউৰ ৰহমানে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ।