মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি৷
মেঘালয়ৰ পৰ্যটন মন্ত্ৰীৰ পল লিংডোৰ ঘোষণা৷
অসমৰ টেক্সি নিষিদ্ধৰ দাবী জনাইছিল মেঘালয়ৰ টেক্সি চালক সন্থাই৷
পৰ্যটনস্থলীলৈ টেক্সিৰ চলাচল নিষিদ্ধৰ দাবী জনাইছিল সংগঠনটোৱে৷