মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আজমলৰ এক গভীৰ বন্ধুত্বৰ সম্পৰ্ক আছে নেকি?

310

ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক ৰাতুল গগৈ বিস্ফোৰক প্ৰতিক্ৰিয়া।

সাধাৰণ জনতা উপৰত বৰ মতা দেখুওৱা চৰকাৰ খনে বদৰুদ্দিন আজমল গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ লগত আজমলৰ এক গভীৰ বন্ধুত্বৰ সম্পৰ্ক আছে নেকি?

মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে এতিয়াও বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম নহ’ল।