মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠক

70

ষ্টাফৰিপৰ্টাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ ৩৩খন জিলাৰ সামগ্ৰিক ক’ভিড-১৯ পৰিস্থিতিৰ লগতে আই চি ইউ, কোৱাৰেণ্টাইন কেন্দ্ৰকে ধৰি এই সম্বন্ধীয় সকলো ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে। তদুপৰি, সোমবাৰৰপৰা গুৱাহাটীত লকডাউন শিথিলকৰণৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণৰ বিষয়টো শুকুৰবাৰৰ বৈঠকতে আলোচনা কৰা হয়।