ষ্টাফৰিপোৰ্টাৰ, ২৫ মে’ : অলপতে দুটা পৃথক ঘটনাত প্ৰাণ হেৰুওৱা কামৰূপ জিলাৰ হাজোৰ সনাতন ডেকা আৰু ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰাগজ্যোতি নেওগৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।