‘মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকিছে। মুখ্যমন্ত্ৰী ডাঙৰ মানুহ, সেয়ে এনেধৰণৰ কথা কৈছে। আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়। এতিয়া মিঞা সমাজে সিদ্ধান্ত ল’ব।’ মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ।
Latest article
বাক্সা বন সংমণ্ডলৰ দ্বিতীয়টো বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন
বি টি চিৰ অন্তৰ্গত বাক্সা বন সংমণ্ডলৰ কুমাৰীকাটা ৰেঞ্জৰ অধীনস্থ আৰু ভূটান হিমালয়ৰ পাদদেশত অৱস্থিত দৰঙা সংৰক্ষিত বনাঞ্চলত সোমবাৰে প্ৰায় ৩০ বছৰীয়া এজনী মাইকী...
নগাঁওক প্ৰতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰে আলোচনা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে ৰাজ্য চৰকাৰে নগাঁও অঞ্চলসমূহক প্ৰতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে।...
BSFৰ জোৱানক হ*ত্যাৰ চেষ্টা
কৰ্তব্যৰত BSFৰ জোৱানক হত্যাৰ চেষ্টা বাংলাদেশী দুৰ্বৃত্তৰ। দিনৰ পোহৰতে হাতে হাতে লাঠী-দা লৈ লৈ BSF জোৱানৰ দলৰ ওপৰত আক্ৰমণ কৰিলে বাংলাদেশী দুৰ্বৃত্তৰ এটা দলে।...