মুখ্যমন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ।

127

আজি “ভাৰত জোড়ো যাত্ৰা-অসম”ৰ ৩৫ সংখ্যক দিৱসৰ কাৰ্যসূচী আমগুৰিত আৰম্ভ কৰাৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু অন্যান্য কংগ্ৰেছৰ নেতা সকলে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আশীৰ্বাদ গ্ৰহণ কৰিলে।

আনহাতে আজি আমগুৰি আৰু নাজিৰা সমষ্টিত কংগ্ৰেছৰ এই যাত্ৰা।

অংশগ্ৰহণ কৰিব APCC ৰ সভাপতি ভূপেন বৰাই।

যাত্ৰাৰ পূৰ্বে ঐতিহাসিক শিৱদৌলত উপস্থিত ভূপেন বৰা।

ভূপেন বৰাৰ শিৱদৌলত পূজা অৰ্চনা।

যাত্ৰাত কংগ্ৰেছৰ প্ৰতি জনতাৰ ব্যাপক সঁহাৰি পোৱা বুলি প্ৰকাশ।

সাংসদ বদৰুদ্দিন আজমলক সমালোচনা।

মুখ্যমন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ।

গুজৰাট নিৰ্বাচনৰ প্ৰসংগক লৈ ভূপেন বৰাই কয় অসমত যিদৰে বিজেপি-এ আই ডি ইউ এফ মিলি আছে ঠিক গুজৰাটত তেনেকৈ বিজেপি-আপ মিলিত হৈ আছে ।