মুকালমুৱাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

94

মুকালমুৱাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। গুলীবিদ্ধ দমদমাৰ ডকাইতিকাণ্ডত জড়িত হামিদ আলী। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা আৰক্ষীৰ। ভৰিত গুলীবিদ্ধ ডকাইত হামিদ আলীক GMCHত ভৰ্তি। চকীৰঘাটত অভিযান চলাবলৈ যাওতে পলায়নৰ চেষ্টা চলাইছিল হামিদে। শনিবাৰে হাজোৰ পৰা আৰক্ষীয়ে আটক কৰিছিল হামিদ আলীক।